Tuesday, 21 March 2023

*গোলাঘাট পৌৰ সভাই নতুন মূল্যাংকনৰ জৰিয়তে পৌৰকৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে আৰু বৰ্তমানৰ নিৰিখতে পৌৰকৰ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ*

*গোলাঘাট পৌৰ সভাই নতুন মূল্যাংকনৰ জৰিয়তে পৌৰকৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে আৰু বৰ্তমানৰ নিৰিখতে পৌৰকৰ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ*

২১ মাৰ্চ ২০২৩ গোলাঘাটঃ
গোলাঘাট পৌৰ সভাই নতুন মূল্যাংকনৰ জৰিয়তে পৌৰকৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে আৰু বৰ্তমানৰ নিৰিখতে পৌৰকৰ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । বিষয়টো আলোচনাৰ বাবে অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে ৰাইজৰ প্ৰতিনিধিৰ সৈতে এখন নাগৰিক সভা অনুষ্ঠিত কৰা হ'ব বুলি পৌৰ সভাৰ সভানেত্ৰী দুলুমনি বৰবৰাই এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...