Sunday, 8 January 2023

*অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিবেশনৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী*

*অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিবেশনৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী*

গোলাঘাট বৰপথাৰ ৮ জানুৱাৰী, ২০২৩ঃ বৰপথাৰৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিবেশনৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশৰূপে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ (ভাঃ প্ৰঃ সেঃ) এ পতাকা জোকাৰি মুকলি কৰে ।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...