Sunday, 30 October 2022

*গোলাঘাটতো অহা ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন*

*গোলাঘাটতো অহা ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন*

গোলাঘাট ৩০ অক্টোবৰ,২০২২ঃ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱস উপলক্ষে গোলাঘাটতো অহা ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হ'ব । এই উপলক্ষে গোলাঘাট জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত পুৱা ৭ বজাৰ পৰা চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা একতাৰ দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । কাৰ্যসূচীত ভাগ লোৱাৰ বাবে  সকলোলৈকে  আহ্বান জনাইছে।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India