Thursday, 1 September 2022

গণেশ চতুৰ্থী

 গণেশ চতুৰ্থী


। গোলাঘাটৰ বিভিন্ন ঠাইত যোৱাকালি পুৱাৰে পৰা আৰম্ভ হৈছে পুজা অৰ্চনা । পুৱাৰে পৰা পুজা অৰ্চনাৰে পুজা আৰম্ভ হৈছে গোলাঘাটৰ ঢ়োদৰ আলি ; লডিয়া কম্প্লেক্সৰ কাষৰ শিব মন্দিৰ আদিত। পুৱাৰে পৰা ভক্ত প্ৰাণ লোকৰ সমগম  হৈ গনেশ মন্দিৰত  চাকি বন্তি জ্বলোৱা  লগতে মঙ্গলমূৰ্তী বাবা গণেশক সাষ্টাঙ্গে প্ৰণিপাত জনাই প্ৰসাদ গ্ৰহণ কৰিছে  । :::

গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...