Friday, 27 May 2022

১৫ মে ২০২২ পৰা গোলাঘাটৰ বৰ্ডিং ফিল্ডত অনুষ্ঠিত হৈছে আনন্দ মেলা ৷

 ১৫ মে ২০২২ পৰা গোলাঘাটৰ বৰ্ডিং ফিল্ডত অনুষ্ঠিত হৈছে আনন্দ মেলা ৷


গোলাঘাটৰ সমাজজীৱনৰ এক অগ্ৰণি সংগঠন নামবৰ ক্লাৱৰ উদ্যোগত আৰম্ভ হোৱা এই আনন্দ মেলাৰ আৰম্ভণিতেই বতৰে কেণা লগাইছিল যদিও সূৰ্য্য দেৱতাৰ কৃপাত বতৰ অনুকুল হোৱাত ৰাইজৰ সমাগম দেখা গৈছে ৷ মেলাখনত শিশুহঁতৰ খেলৰ সামগ্ৰীৰ লগতে বাচন বৰ্তন ; মহিলাৰ প্ৰসাধন ; ফুল ; জোটা ; চিনামাটিৰ বাচন ; মহিলাৰ অলংকাৰ ; পাট ;- মুগা এৰি ; আদিৰ গুণগত মানদণ্ডৰ  কাপোৰৰ বিপনিয়ে ক্ৰেতা ৰাইজৰ সমাদৰ পোৱা পৰিলক্ষিত হৈছে :::


গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা প্ৰতিবেদন NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India