মাথো মোৰ।।
মাধৱ গগৈ।।
তাং- ০৫/০৭/২০২১
তোমালোকে তো জানাই
মোৰ এই পৃথিবীত নাই একো। আছো মাথো এটা শৰীৰ ধাৰণ কৰি।
তাকো নাই শান্তি এই পৃথিবীত
আছো মাথো ক্ষণ গণি
জীৱন হয়টো এনেকোৱাই।।।
গোলাঘাট।।
দুৰভাষ - ৯৮৫৯৫৯৩৮১৪
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
No comments:
Post a Comment
Welcome Northeast News India