29 মে ২০২২ঃ
👉 অসম কেবিনেটৰ বৈঠকত মিছন অমৃত সৰোবৰৰ বাবে এছ অ' পি, অসম আন্দোলনৰ ক্ষতিগ্ৰস্তক অনুকম্পামূলক অনুদান।
👉অসম চাহ নিগম লিমিটেডৰ কৰ্মীৰ বাবে আৰ্থিক সকাহ, চাহ বাগিচাৰ মাটি অধিগ্ৰহণৰ বাবে উচিত ক্ষতিপূৰণ ইত্যাদি সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
No comments:
Post a Comment
Welcome Northeast News India