Tuesday, 26 April 2022

*শিক্ষকৰ ৰূপত এগৰাকী প্ৰশাসনিক বিষয়া*

*শিক্ষকৰ ৰূপত এগৰাকী প্ৰশাসনিক বিষয়া*

গোলাঘাট ২৬ এপ্রিল ২০২২
শিক্ষকৰ ৰূপত এগৰাকী প্ৰশাসনিক বিষয়া ! গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই  আজি কেন্দ্ৰীয় শিক্ষা খণ্ড ঢেকীয়ালৰ অন্তৰ্গত চিনাতলী বালিকা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষাদান ব্যৱস্থাৰ বুজ লোৱাৰ লগতে ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । তেওঁ চিনাতলী ৰাজ্যিক চিকিৎসালয়ো পৰিদৰ্শন কৰে ।

Madhob Gogoi
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...