Wednesday, 29 December 2021

বোকাখাত পৌৰসভাৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বোকাখাত পৌৰসভাৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বোকাখাত,২৯ ডিচেম্বৰ: আগন্তুক পৌৰসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বোকাখাত পৌৰসভাৰ ১নং ৱাৰ্ডৰ পৰা ১০ ৱাৰ্ডৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা যোৱা ইংৰাজী ২৮ ডিচেম্বৰ ২০২১ তাৰিখে প্ৰকাশ কৰা হয় । বোকাখাত পৌৰসভাৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা ১৪৩৩১ গৰাকী। ইয়াৰে মহিলা ভোটাৰৰ সংখ্যা ৭০০৩ আৰু পুৰুষ ভোটাৰৰ সংখ্যা ৭৩২৮ গৰাকী । ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰতিলিপি বোকাখাত  পৌৰসভা কাৰ্যালয়, বোকাখাত মহকুমাধিপতি কাৰ্যালয় আৰু বোকাখাত ৰাজহ চক্ৰ কাৰ্যালয়ত নিৰীক্ষণ কৰিব পাৰিব ।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...