27 August,2021
ন্যায়িক সেৱাৰ অধীনত NALSA - NATIONAL LEGAL SERVICES AUTHORITY (ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ), SLSA - STATE LEGAL SERVICES AUTHORITY (ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ), HCLSC - HIGH COURT LEGAL SERVICES COMMITTEE (উচ্চ ন্যায়ালয় আইনী সেৱা কমিটী), DLSA - DISTRICT LEGAL SERVICES AUTHORITY (জিলা আইনী সেৱা প্ৰাধিকৰণ), TLSC - TALUKA LEGAL SERVICES COMMITTEE (মহকুমা আইনী সেৱা কমিটী)ৰ সন্দৰ্ভত সকলো এপ্লিকেচন সংযুক্ত হৈ থকা এক এনৰয়ড মোবাইল এপ্লিকেচন এতিয়া আপুনি গোগ'ল প্লে ষ্টোৰ ৰ পৰা ডাউনলোড কৰিব পাৰিব । ইয়াৰ ভিতৰত উপলব্ধ হোৱা কিছুমান সেৱাৰ ভিতৰত -
১। ন্যায়িক সহায় তথা পৰামৰ্শ,
২। যিকোনো ধৰণৰ আপত্তি,
৩। আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত ক্ষতিগ্ৰস্ত লোকে ক্ষতিপূৰণ লাভ নকৰাৰ সন্দৰ্ভত আবেদন,
৪। মধ্যস্থতাকাৰী সম্বন্ধীয় আবেদন,
৫। সহায়ক নম্বৰ,
৬। ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ জাননী সমূহ ইত্যাদি ।
উক্ত এপ্লিকেচনটো নিম্ন লিখিত লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব ।
https://play.google.com/store/apps/details?id=com.nalsa.lsmsapp
No comments:
Post a Comment
Welcome Northeast News India