Monday, 30 August 2021

এটি বিশেষ ঘোষণা

এটি বিশেষ ঘোষণা

যোৱা ২৪ আগষ্টত গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰাৰ নিৰ্দেশনাটোৰ দুটা বিষয়ৰ ক্ষেত্ৰত সামান্য সালসলনি কৰা হৈছে । নিৰ্দেশনাটোৰ ১ আৰু ৫ নং বিষয়বস্তুৰ ক্ষেত্ৰত তলত উল্লেখ কৰা ধৰণেহে বিষয় দুটা গ্ৰহণ কৰিব লাগিব-
১) ৰাজপথ অথবা জনসমাগমপূৰ্ণ অঞ্চলেৰে সমদল উলিওৱা আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ উদ্দেশ্যে ৫ জন বা ততোধিক ব্যক্তিৰ সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । 
৫) পথ, ৰাজহুৱা স্থান, সভা, সমদল নাইবা ৰেলীত ৰাষ্ট্ৰ, কোনো ব্যক্তি, ব্যক্তিসমূহ বা কোনো সংগঠনৰ বিৰুদ্ধে অশোভনীয় তথা মানহানিকৰ শ্ল'গান দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...