Saturday, 31 July 2021

অহা ইংৰাজী ০১/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ সংক্ৰমিত অঞ্চলত থকা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব ।

31 July, 2021

অহা ইংৰাজী ০১/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ সংক্ৰমিত অঞ্চলত থকা টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰি ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদানত  অগ্ৰাধিকাৰ দিয়া হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India