Friday, 30 July 2021

গোলাঘাট জিলাৰ বোকাখাতৰ ডিফলু, কলাখোৱা, মহমাইকী গাঁও, বৰভেটা, দেৰগাঁৱৰ বঙৰহাটখোলা, পুলিকাইটনী, নেঘেৰিটিং বৰলাইন আৰু দক্ষিণহেঙেৰা চাহ বাগিচাৰ অন্তৰ্গত পুৰণা লাইন, টি ভি লাইন, ছট'জান কাঠনিপথাৰ লাইন, বাবু লাইন আৰু মেৰাপানীৰ কাছমাৰী ন-মাটি, জামুগুৰি, মোচৰভাঙা আদি প্ৰায় ১৪ টা স্থানত কালি আবকাৰী বিভাগে চলোৱা ৩টা অভিযানত ৯টা মদৰ ঘাটি উচ্ছেদ কৰা হয় । ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

30 July, 2021

✅গোলাঘাট জিলাৰ বোকাখাতৰ ডিফলু, কলাখোৱা, মহমাইকী গাঁও, বৰভেটা, দেৰগাঁৱৰ বঙৰহাটখোলা, পুলিকাইটনী, নেঘেৰিটিং বৰলাইন আৰু দক্ষিণহেঙেৰা চাহ বাগিচাৰ অন্তৰ্গত পুৰণা লাইন, টি ভি লাইন, ছট'জান কাঠনিপথাৰ লাইন, বাবু লাইন আৰু মেৰাপানীৰ কাছমাৰী ন-মাটি, জামুগুৰি, মোচৰভাঙা আদি প্ৰায় ১৪ টা স্থানত কালি আবকাৰী বিভাগে চলোৱা ৩টা অভিযানত ৯টা মদৰ ঘাটি উচ্ছেদ কৰা হয় । ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । 

✅জব্দকৃত সামগ্ৰী ⤵️

✔️চুলাই মদ ৬৫ লিটাৰ
✔️মদ বনোৱা পাছ ৯০০ লিটাৰ
✔️মদ বনোৱা সঁজুলি ৭টা
✔️বিদেশী সুৰা ৮.৮৯ লিটাৰ
✔️পাঁচোৱাই ৭০ কেজি
✔️লালিগুড় ২৫ কেজি

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...