28 Jun, 2021
অহা ২৯ জুন ২০২১ তাৰিখে কাকজান কলেজ আৰু টীয়ক CKB কলেজত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰৰ ভিতৰৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷
যোৱা ১৬ মে' ২০২১ তাৰিখে যি সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেইসকলে কাইলৈ দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব।
একেটা কেন্দ্ৰতে গৈ নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।
সময়: ৰাতিপুৱা ৯:৩০ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত।
নিজৰ পৰিচয় পত্ৰৰ লগতে ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷
Directorate of Information and Public Relations, Assam
No comments:
Post a Comment
Welcome Northeast News India