Monday, 12 April 2021

শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈ সকলো ব্যস্ত চেনেহৰ বিহুতিক আদৰিবলৈ ৷

 12 April, 2021


বহাগৰ এই বতৰত অসমীয়াৰ মন উতলা হৈ পৰিছে ৷ কুলী কেতেকীৰ শুৱলা মাতে বহাগৰ জাননী অনাৰ সময়তে   শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈ সকলো ব্যস্ত চেনেহৰ বিহুতিক আদৰিবলৈ ৷


এই সময়তে গোলাঘাটৰ নতুন আমোলাপট্টিৰ নাচনী অন্যন্যা দেৱী আৰু ঢ়েকিয়ালৰ ৰহঢ়লা পথাৰৰ কাষৰ চেতীয়া গাঁৱৰ ঢ়ুলীয়া ভাস্কৰ বৰকটকীয়ে বিহু নাচিলে ৰহঢ়লা পথাৰৰ মাজৰ জৰীগছৰ তলত ৷ ::


 প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...