Saturday, 20 March 2021

হে মানৱ জাতি, দেশ তেতিয়াহে উন্নত হব।

হে মানৱ জাতি, দেশ তেতিয়াহে উন্নত হব। যেতিয়া আপোনালোকৰ চিন্তা শক্তি, ভাৱ শক্তি উন্নত হব। আপোনালোকৰ অকমান ভাল চিন্তা ধাৰাই দেশৰ সকলো জীৱৰ মঙ্গল হব। প্ৰকৃতিয়ে নিজৰ ৰূপত অবতীর্ণ হৈ থাকিব পাৰিৱ। তেতিয়াহে আমি জীৱকোল জীয়াই থাকিব পাৰিম এই ধৰাত। 

আহক আমি  সময় থাকোতে সত পথ অনুসৰণ কৰো। 



মাধৱ গগৈ। 
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।