Sunday, 14 February 2021

14 February, 2021 *লখিমপুৰত হাতী* Date :- 14/2/21 ## লখিমপুৰৰ কদমৰ পৰা শনিবাৰে বিয়লি এজনি হাতীয়ে উচপ খাই মাউতৰ হাতৰপৰা এৰাই লখিমপুৰৰ অলিয়ে গলীয়ে ঘুৰি ফুৰিছে। ## শনিবাৰে নিশা লখিমপুৰৰ মাজেৰে পাৰ হৈ আজাদ হৈ পুৱা পানীগাঁৱৰ খাবলো ঘাতত ওলাই। ## পানীগাঁৱৰ পৰা পুণৰ আহি বিয়লি তেলাহী বান্টৌত এখন হাবিত জিৰণি লয়। ## বৰ্ত্তমানলৈ হাতীটো কৰায়ত্ব কৰিব পৰা নাই। ## জানিব পৰা মতে বিশ্বনাথ চাৰিআলি চতিয়া পৰা বগীনদী দুলুং বনাঞ্চলত কামৰ বাবে আহিছিল হাতীটো। ## দুলুংত বনাঞ্চলত কাম কৰি ঘুৰি আহোতে কদমত এখন JCB য়ে ক্ৰছ কৰোতে হাতীটোৱে ভয় খাই মাউতৰ হাতৰপৰা এৰাই লখিমপুৰৰ অলিয়ে গলীয়ে ঘুৰি ফুৰিছে এই হাতীটো। ## মাউতৰ লগতে বন বিভাগৰ লোক আৰু আৰক্ষীয়ে হাতীটোক আটক কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে যদিও এই পয্যন্ত হাতীটো কৰায়ত্ব কৰিবলৈ পৰা নাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 February, 2021


*লখিমপুৰত হাতী* Date :- 14/2/21


## লখিমপুৰৰ কদমৰ পৰা শনিবাৰে বিয়লি এজনি হাতীয়ে উচপ খাই মাউতৰ হাতৰপৰা এৰাই লখিমপুৰৰ অলিয়ে গলীয়ে ঘুৰি ফুৰিছে।


## শনিবাৰে নিশা লখিমপুৰৰ মাজেৰে পাৰ হৈ আজাদ হৈ পুৱা পানীগাঁৱৰ খাবলো ঘাতত ওলাই।


## পানীগাঁৱৰ পৰা পুণৰ আহি বিয়লি তেলাহী বান্টৌত এখন হাবিত জিৰণি লয়।


## বৰ্ত্তমানলৈ হাতীটো কৰায়ত্ব কৰিব পৰা নাই।


## জানিব পৰা মতে বিশ্বনাথ চাৰিআলি চতিয়া পৰা বগীনদী দুলুং বনাঞ্চলত কামৰ বাবে আহিছিল হাতীটো।


## দুলুংত বনাঞ্চলত কাম কৰি ঘুৰি আহোতে কদমত এখন JCB য়ে ক্ৰছ কৰোতে হাতীটোৱে ভয় খাই মাউতৰ হাতৰপৰা এৰাই লখিমপুৰৰ অলিয়ে গলীয়ে ঘুৰি ফুৰিছে এই হাতীটো।


## মাউতৰ লগতে বন বিভাগৰ লোক আৰু আৰক্ষীয়ে হাতীটোক আটক কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে যদিও এই পয্যন্ত হাতীটো কৰায়ত্ব কৰিবলৈ পৰা নাই।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...