Thursday, 4 February 2021

04 February, 2021 *লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 24/12/2020 ## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হব। ## ইতিমধ্যে প্ৰস্তোতি প্ৰায় সমাপ্ত হৈছে ৷ ## অহা শুক্ৰবাৰৰ পৰা আৰম্ভ হবলগীয়া মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে অনুষ্টিত হব। ## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হব। ## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 04 February, 2021


*লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 24/12/2020


## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হব।


## ইতিমধ্যে প্ৰস্তোতি প্ৰায় সমাপ্ত হৈছে ৷


## অহা শুক্ৰবাৰৰ পৰা আৰম্ভ হবলগীয়া মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে অনুষ্টিত হব।


## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হব।


## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...