Wednesday, 16 December 2020

 16 December, 2020


*বিজয় দিৱস লখিমপুৰ* Date :- 16/12/2020


## আজি বিজয় দিৱস।


## ১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশ বিভাজন হোৱাত ভাৰতৰ অৱদান অনান্য।


## ভাৰতৰ সহযোগত আজি দিনটোতে পূৱ পাকিস্তানে স্বাধীনতা লাভ কৰিছিল।


## সেয়েহে প্ৰতেক বছৰৰ এই ১৬ ডিচেম্বৰ দিনটো ভাৰতত বিজয় দিৱস হিচাপে পালন কৰা হয়।


## লখিমপুৰতো LTK মহাবিদ্যালয়ত 72 ASSAM GIRLS NCC লখিমপুৰৰ কেদাৰ সকলে এই বিজয় দিৱস পালন কৰে।


## এই বিজয় দিৱস অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে india air force ৰ অৱশ প্ৰাপ্ত চিত্ৰ ৰঞ্জন বৰা, অৱশ প্ৰাপ্ত অৰমি টেপু ৰাম গগৈ আৰু LTK মহাবিদ্যালয় অধ্যক্ষ ড° বুবুল শইকীয়া উপস্তিত থাকে।


লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...