Friday, 25 December 2020

25 December, 2020 *Merry Christmas Lakhimpur* 25/12/2020 # যীশুৰ কেৰলৰ ধ্বনিত মুখৰিত লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ গীৰ্জা সমূহত। ## আজি উলহ মালহেৰে উদযাপন কৰা হয় লখিমপুৰৰ জহিং ১৫ নম্বৰত উদযাপন কৰা হয় পবিত্ৰ বৰদিন । ## ১৯৭৫ খ্ৰীষ্টাব্দত স্থাপিত অসমৰ অন্যতম পৌৰাণিক গ্ৰীজা বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰা হয় বৰদিন । ## প্ৰভূ যীশুৰ জন্মৰ ২ হাজাৰ ২০ বছৰ সম্পূৰ্ণ হোৱা বৰদিনৰ এই ক্ষণত ৰাইজৰ মাজত বিতৰণ কৰা হয় যীচুৰ পবিত্ৰ বাণী । আলোক সজ্জাৰে সজাই তোলা এই গীৰ্জা ঘৰটোত আজি সমুহীয়া প্ৰাৰ্থনাৰ লগতে অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 25 December, 2020


*Merry Christmas Lakhimpur* 25/12/2020 


# যীশুৰ কেৰলৰ ধ্বনিত মুখৰিত লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ গীৰ্জা সমূহত।


## আজি উলহ মালহেৰে উদযাপন কৰা হয় লখিমপুৰৰ জহিং ১৫ নম্বৰত উদযাপন কৰা হয় পবিত্ৰ বৰদিন ।


## ১৯৭৫ খ্ৰীষ্টাব্দত স্থাপিত অসমৰ অন্যতম পৌৰাণিক গ্ৰীজা বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰা হয় বৰদিন ।


## প্ৰভূ যীশুৰ জন্মৰ ২ হাজাৰ ২০ বছৰ সম্পূৰ্ণ হোৱা বৰদিনৰ এই ক্ষণত ৰাইজৰ মাজত বিতৰণ কৰা হয় যীচুৰ পবিত্ৰ বাণী । আলোক সজ্জাৰে সজাই তোলা এই গীৰ্জা ঘৰটোত আজি সমুহীয়া প্ৰাৰ্থনাৰ লগতে অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...