Tuesday, 1 December 2020

01 December, 2020 বিশ্ব এইডছ দিৱসৰ লগত সংগতিৰাখি মঙ্গলবাৰে গোলাঘাট এইভছ কন্টোল ছচাইটি য়ে দিনজোৰা কায্যসূচীৰে এই দিবস পালন কৰে ৷ পুৱা গোলাঘাট ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এন চি চি ; স্বাস্থ্যকৰ্মী আৰু ৰাইজৰ সহযোগত এক সজাগতামূলক সমদলটো ফিটাকাটি মুকলিকৰে নাৰায়ণ কুৰিয়ে ৷ সমদলটো নগৰখন পৰিক্ৰমা কৰাৰ পিছত বিয়লি অনুষ্ঠিত হোৱা সজাগতা সভাত সভাপতিত্ব কৰে মুন গগৈয়ে ৷ দিনজোৰা কায্যসূচী সুকলমে অন্ত পৰে এই সন্দৰ্ভত জিলা এইডছ কণ্টল বিষয়া ডা° সুনিতা এক্কাই এনেদৰে মন্তব্য কৰিলে ৷ কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 01 December, 2020


বিশ্ব এইডছ দিৱসৰ লগত সংগতিৰাখি মঙ্গলবাৰে গোলাঘাট এইভছ কন্টোল ছচাইটি য়ে দিনজোৰা কায্যসূচীৰে এই দিবস পালন কৰে ৷ পুৱা গোলাঘাট ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এন চি চি  ; স্বাস্থ্যকৰ্মী আৰু ৰাইজৰ সহযোগত এক সজাগতামূলক সমদলটো ফিটাকাটি মুকলিকৰে নাৰায়ণ কুৰিয়ে ৷ সমদলটো নগৰখন পৰিক্ৰমা কৰাৰ পিছত  বিয়লি অনুষ্ঠিত হোৱা সজাগতা সভাত সভাপতিত্ব কৰে মুন গগৈয়ে ৷  দিনজোৰা

 কায্যসূচী সুকলমে অন্ত পৰে এই সন্দৰ্ভত জিলা এইডছ কণ্টল বিষয়া ডা° সুনিতা এক্কাই এনেদৰে মন্তব্য কৰিলে ৷ 


কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...