Friday, 30 October 2020

30 October, 2020 গোলাঘাট ব্ৰেকিং ---- গোলাঘাট আৰক্ষীয়ে বুধবাৰে নিশা চোৰাংকাঠ ভৰ্ত্তি এখন ৪০৭ গাড়ী জব্দ কৰে ৷ জানিবপৰামতে Aso5-C 1186 নম্বৰৰ গাড়ীখন গোলাঘাট অভিমুখে আহিথাকোতে ৰঙাজানত জব্দ কৰি গোলাঘাট থানালৈ আনে ৷ নিয়ম অনুযায়ী আৰক্ষীয়ে বনবিভাগলৈ হস্তান্তৰ কৰিব লাগে যদিও বৃহস্পতিবাৰৰ ১১ বজালৈকে বনবিভাগৰ লগত যোগাযোগ হোৱানাই বুলি বনবিভাগৰ সূত্ৰে জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ৩০/১০/২০২০

 30 October, 2020


গোলাঘাট ব্ৰেকিং ----


গোলাঘাট আৰক্ষীয়ে বুধবাৰে নিশা চোৰাংকাঠ ভৰ্ত্তি এখন ৪০৭ গাড়ী জব্দ কৰে ৷ জানিবপৰামতে Aso5-C 1186 নম্বৰৰ গাড়ীখন গোলাঘাট অভিমুখে আহিথাকোতে ৰঙাজানত জব্দ কৰি গোলাঘাট থানালৈ আনে ৷ নিয়ম অনুযায়ী আৰক্ষীয়ে বনবিভাগলৈ

 হস্তান্তৰ কৰিব লাগে যদিও বৃহস্পতিবাৰৰ ১১ বজালৈকে বনবিভাগৰ লগত যোগাযোগ হোৱানাই বুলি বনবিভাগৰ সূত্ৰে জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ ৩০/১০/২০২০


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...