Sunday, 25 October 2020

25 October, 2020 আজি মহা নৱমীৰ দিনা কুমাৰী পূজা কৰা হয় ৷ এইবাৰ কেনেদৰে কৰা হৈছে কণ্য কুমাৰী সকলৰ পূজা চাও আহক ৷ এইয়া গোলাঘাটৰ নৱগ্ৰহ পূজা মণ্ডৰ দৃশ্য ৷ পূৰ্বতে ইয়াত নবমীৰ দিনা ৯ গৰাকী কুমাৰী কণ্যক পূজা কৰাৰ নিয়ম ৷ এইবাৰ ক’ভিড প্ৰত’কলৰ বাবেই এই জাগ্ৰত পূজামণ্ডপত পাঁচ গৰাকী ফুলকুমলীয়া কণ্যাক পূজা কৰা হৈছে ৷ চাওক এই দৃশ্য দৃষ্টি নিক্ষেপ কৰিলেই ভক্তি ভাৱ জন্মিব আপোনাৰ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 25 October, 2020


আজি মহা নৱমীৰ দিনা কুমাৰী পূজা কৰা হয় ৷ এইবাৰ কেনেদৰে কৰা হৈছে কণ্য কুমাৰী সকলৰ পূজা চাও আহক ৷


এইয়া গোলাঘাটৰ নৱগ্ৰহ পূজা মণ্ডৰ দৃশ্য ৷ পূৰ্বতে ইয়াত নবমীৰ দিনা ৯ গৰাকী কুমাৰী কণ্যক পূজা কৰাৰ নিয়ম ৷ এইবাৰ ক’ভিড প্ৰত’কলৰ বাবেই এই জাগ্ৰত পূজামণ্ডপত পাঁচ গৰাকী ফুলকুমলীয়া কণ্যাক পূজা কৰা হৈছে ৷  চাওক এই দৃশ্য দৃষ্টি নিক্ষেপ কৰিলেই ভক্তি ভাৱ জন্মিব আপোনাৰ ::: প্ৰকাশ শৰ্মা  গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...