Thursday, 8 October 2020

08 October, 2020 যি মূলা বাঢ়ে দুপাততে চিন ৷ হয় আপুনি ঠিকেই শুনিছে এইটি এটা ৰঙা গোলাপৰ কলী ৷ মাক দেউতাকৰ আলাসৰ লাৰু ৷ ইটো সিটোৰ কোলাত উঠি একলা দুকলাকৈ বাঢ়ি তিনিবছৰত ভৰি দিলে ৷ নাম এওৰ বিশ্মৃতা দাস ৷ ৷ গোলাঘাট নগৰৰ সমীপৱৰ্তী এলেকা জানপাৰাৰ বাদল দাস আৰু মম্পী দাসৰ কণ্যা বিস্মিতাই ডেৰ বছৰ বয়সৰ পৰাই নাছিবলৈ ললে ৷ টিভিত নাছগান দেখিলে ৰবই নোৱাৰে ৰাংঢ়ালী জনী ৷ কেতিয়াবা ঘৰৰ চোতালত ; কেতিয়াবা আইনাৰ আগত নাচিবাগি ভালপায় পেন্দুকণা বিস্মিতাই ৷ এওৰ নাচ দেখিলে আপোনাৰ মনও পুলকিত হব ৷ আজি চাও আহক কণমানি ৰাংঢালী জনীৰ নাচ ৷ ::: গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA

 08 October, 2020


যি মূলা বাঢ়ে দুপাততে চিন  ৷  হয় আপুনি ঠিকেই শুনিছে এইটি এটা ৰঙা গোলাপৰ কলী ৷ মাক দেউতাকৰ আলাসৰ লাৰু ৷ ইটো সিটোৰ কোলাত উঠি একলা দুকলাকৈ বাঢ়ি তিনিবছৰত ভৰি দিলে ৷ নাম এওৰ বিশ্মৃতা দাস ৷ ৷ গোলাঘাট নগৰৰ সমীপৱৰ্তী  এলেকা জানপাৰাৰ বাদল দাস আৰু মম্পী দাসৰ কণ্যা বিস্মিতাই ডেৰ বছৰ বয়সৰ পৰাই নাছিবলৈ ললে ৷ টিভিত নাছগান দেখিলে ৰবই নোৱাৰে ৰাংঢ়ালী জনী ৷ কেতিয়াবা ঘৰৰ চোতালত ; কেতিয়াবা আইনাৰ আগত নাচিবাগি ভালপায় পেন্দুকণা বিস্মিতাই ৷ এওৰ নাচ দেখিলে আপোনাৰ মনও পুলকিত হব ৷ আজি চাও আহক কণমানি ৰাংঢালী জনীৰ নাচ ৷ ::: 

গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট 

NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...