17 September, 2020
আজি ভাৰতবৰ্ষৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাননীয় প্ৰধানমন্ত্ৰী তথা ভাৰত মাতৃৰ সুযোগ্য সন্তান দেশৰ সকলোৰে শ্রদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi দেৱক ৭০ সংখ্যক জন্ম দিন উপলক্ষে আজিৰ এই পৱিত্র দিনত তেখেতলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি নেদেখা জনৰ ওচৰত প্রাৰ্থনা জনাইছোঁ যাতে ভাৰতবৰ্ষক আগুুৱাই লৈ যাবলৈ তেখেতক আৰু অধিক শক্তি প্রদান কৰে তাৰে কামনাৰে
No comments:
Post a Comment
Welcome Northeast News India