Friday, 31 July 2020
31 July, 2020গোলাঘাট জিলা ৰ অন্তৰ্গত নুমলীগৰ ৪ নং ৰং বং গাওঁত বছৰ বছৰ ধৰি হাতীৰ উপদ্ৰব চলি আছে। আজিও বিভিন্ন লোকৰ ঘৰত বনৰীয়া হাতীৰ জাক টোৱে ধ্বংস লীলা ছলায় যায়। অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰং বং মৰঙ্গী প্ৰাথমিক গোটৰ উপ সভাপতি আছিক তাতীয়ে জনায় যে তাত চৰকাৰ তথা বন বিভাগৰ কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নাই ।এইটো আজি এদিনৰ অসুবিধা নহয়। বহু বছৰৰ পৰা চলি আছে বুলি জনায়, সেয়েহে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰং বং মৰঙ্গী প্ৰাথমিক গোটৰ তৰফৰ পৰা উপ সভাপতি আছিক তাৰ্তী য়ে অসম চৰকাৰক তথা বন বিষয়াক দাবী জনাইছে । লগতে ইয়াৰ উচিত স্থায়ী সমস্যা সমাধানৰ পদক্ষেপ লবৰ বাবে আহ্বান জনাইছে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
No comments:
Post a Comment
Welcome Northeast News India