Wednesday, 29 July 2020
29 July, 2020 যোৱা কালি মাননীয় কৃষি মন্ত্রী শ্ৰী যুত অতুল বৰা ই জনতা ভৱনত অসমত বিগত ৩টা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি RKVY, RAFTARৰ অধীনত অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত পুঁজিৰ সদ্ব্যৱহাৰ, আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতি আদি কেতবোৰ দিশ পৰ্যালোচনা কৰে ৷ স্বচ্ছ-নিকা পদ্ধতিৰে ৰাইজে আঁচনিসমূহৰ সুবিধা যাতে পায়, সেই ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। ৰাজ্যৰ জনসাধাৰণে চৰকাৰী আঁচনিৰ সুফল পাবলৈ হ'লে আঁচনিসমূহৰ নিখুঁত ৰূপায়ণ হ'বই লাগিব৷ এই ক্ষেত্ৰত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ কৰ্তব্যনিষ্ঠা অপৰিহাৰ্য বুলি মত ব্যক্ত কৰে মাননীয় কৃষি মন্ত্রী অতুল বৰা ই। বৈঠকত আছিল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব শ্ৰী ৰবিনছন মুছাহাৰী, বিভাগীয় Nodal Officerৰ লগতে অন্য বিভাগীয় বিষয়া৷
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...




No comments:
Post a Comment
Welcome Northeast News India