Saturday, 18 July 2020

18 July, 2020 দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কয়লা খনন সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে । কয়লা খননৰ এই সমগ্ৰ বিষয় তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মাননীয় ন্যায়াধীশ শ্ৰী ব্ৰজেন্দ্ৰ প্ৰসাদ কটকীক দায়িত্ব অৰ্পণ কৰা হৈছে।


No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।