Friday, 26 June 2020

26 Jun, 2020 কামৰূপ (মেট্ৰ') জিলাত অহা ২৮ জুনৰ সন্ধিয়া ৭ বজাৰ পৰা ১২ জুলাইৰ সন্ধিয়া ৬ বজালৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷ ক'ভিড-১৯ৰ সংক্ৰমণ চিন্তনীয়ভাৱে বৃদ্ধি পাবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত ।




No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India