Thursday, 25 June 2020
25 Jun, 2020 উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা ২০২০ বৰ্ষৰ শিক্ষাৰ্থীসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন জনালো। ছাত্ৰ-ছাত্ৰীসকলক নিৰন্তৰ পথ প্ৰদর্শন কৰাৰ বাবে শিক্ষাগুৰু আৰু অভিভাৱকসকলকো ধন্যবাদ। লগতে, যিসকল শিক্ষাৰ্থীয়ে এইবাৰ সফলতা অৰ্জন কৰিব নোৱাৰিলে, তেওঁলোকক হতাশ নহৈ নতুন উদ্যম আৰু কঠোৰ পৰিশ্ৰমেৰে আগুৱাই যাবলৈ আহ্বান। NORTHEAST NEWS INDIA
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...



No comments:
Post a Comment
Welcome Northeast News India