Tuesday, 2 June 2020

2 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ টেলেফোনিক বাৰ্তালাপ। কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু গেছ দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বাঘজানৰ তৈলখাদৰ গেছ নিৰ্গমন বন্ধ কৰাৰ দিশত তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনালে ।


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...