Monday, 15 June 2020

15 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে তিনিচুকীয়াত যোৱা কালি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে- বাঘজানৰ মৰ্মান্তিক ঘটনাত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষয়-ক্ষতিৰ উপযুক্ত ক্ষতিপূৰণ দিয়া হ'ব।


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...