Monday, 15 June 2020

15 Jun, 2020 "মই ভাৰতবর্ষৰ কোটি কোটি মানুহৰ মুক্তিৰ কাৰণে প্ৰাণ দিবলৈ পাইছোঁ। দেশৰ কাৰণে, মানুহৰ কাৰণে, প্ৰাণ দিবলৈ পোৱাতকৈ জীৱনৰ ডাঙৰ সৌভাগ্য কি হ'ব পাৰে"- কুশল কোঁৱৰ NORTHEAST NEWS INDIA ফালৰ পৰা মাতৃভূমিৰ বাবে তথা জাতিৰ স্বাৰ্থত হাঁহি হাঁহি ফাঁচীকাঠত উঠা বীৰ শ্বহীদ কুশল কোঁৱৰক তেখেতৰ ৭৭ সংখ্যক মৃত্যু তিথিত যাচিছোঁ সশ্ৰদ্ধ প্রণিপাত ।



No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...