Thursday, 11 June 2020
11 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে শোণিতপুৰৰ 'ভৰলী পৰীয়া কন্যকা বহুমুখী পাম' পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে ১০টা স্থানীয় আত্মসহায়ক গোটৰ মাজত পামখনত উৎপাদিত মাছৰ পোনা বিতৰণ কৰাৰ লগতে 'মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা'ৰ অধীনত এটা আত্মসহায়ক গোটক এখন ট্ৰেক্টৰ প্ৰদান কৰে। তদুপৰি, তেখেতে এটা গোশালা আৰু দুটা জলসিঞ্চন প্ৰকল্পও উদ্বোধন কৰে।
Subscribe to:
Post Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...






No comments:
Post a Comment
Welcome Northeast News India