17 May, 2020
আপোনালোকৰ মাজলৈ দ্বিতীয় বাৰৰ বাবে মাই গভ অসম আৰু আকাশবাণী গুৱাহাটীৰ উদ্যোগত 'প্ৰজ্ঞা অসম'। দেওবাৰে সন্ধিয়া ৭.৪৫ বজাত অংশগ্ৰহণ কৰিবলৈ নাপাহৰিব, এই ৰেডিঅ' কুইজ প্ৰতিযোগিতাত । অংশগ্ৰহণৰ নিয়মাৱলী আৰু সবিশেষ অনুষ্ঠানত ঘোষণা কৰিব। কোনো ধৰণৰ পঞ্জীয়নৰ মাচুল উপলব্ধ নহয়।
Pragya Assam Quiz
No comments:
Post a Comment
Welcome Northeast News India