17 May, 2020
চিকিৎসা সেৱা
জনসাধাৰণৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে মুকলি কৰি দিছে ৷ গৰিষ্ঠ সংখ্যক চিকিৎসক তথা নাৰ্ছৰো পৃথকীকৰণৰ ম্যাদ সমাপ্ত হৈছে।
চিকিৎসালয়খন , মাননীয় স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। এই জটিল ক্ষণত অতি উদ্যমেৰে সেৱা আগবঢ়োৱা চিকিৎসক আৰু নাৰ্ছসকলক তেখেতে কৃতজ্ঞতা জ্ঞাপন জনায়।
এতিয়াৰে পৰা সকলো ধৰণৰ ৰোগীয়েই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চিকিৎসাসেৱা লাভ কৰিব পাৰিব ।

No comments:
Post a Comment
Welcome Northeast News India