Monday, 25 May 2020

অসম চৰকাৰৰ ফালৰ পৰা

25 May, 2020

অসম চৰকাৰৰ ফালৰ পৰা
সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ লগতে অসমবাসীলৈ পৱিত্ৰ ঈদ-উল্-ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পৱিত্ৰ ঈদ-উল্-ফিটৰে আমাৰ সকলোৰে মাজত প্ৰেম, সমন্বয়, ভাতৃত্ববোধ আৰু একতাৰ বান্ধোন অধিক সুদৃঢ় কৰক।

CMO Assam
Sarbananda Sonowal

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।