Wednesday, 6 May 2020

6 May, 2020

দুঃখবৰ! জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰ  ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ  কৰিলে সাংবাদিকগৰাকী। কেইবাটাও ৰোগত আক্ৰান্ত হৈ দিছপুৰ পলিক্লিনিক হাস্পতালত চিকিৎসাধীন হৈ আছিল । তেওঁ বিগত বৰ্ষত ৰাজ্য চৰকাৰৰ সাংবাদিক পেঞ্চন লাভ কৰিছিল। কৃষক বন্ধু, গণ অধিকাৰ, দৈনিক প্ৰতিবেদন,দৈনন্দিন বাৰ্তা News Time Assam ত সাংবাদিকতা কৰিছিল।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...