কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে সজাগতা
সৃষ্টি কৰিবলৈ আমি সংকল্পবদ্ধ হওঁ আহক৷
প্ৰাথমিক স্তৰতে কৰ্কট ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসাৰ দ্বাৰা
আৰোগ্য লাভ কৰিব পাৰি৷
এক সু-স্বাস্থ্যকৰ জীৱনশৈলী আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰে
কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰি৷
NORTHEAST NEWS INDIA