Tuesday, 26 July 2022

আহ্বান অসম চৰকাৰৰ মীন বিভাগৰ। ৰাজ্যৰ মীন ক্ষেত্ৰত জড়িত লোক সকলক মীন খণ্ডত চলি থকা বিশেষ কে চি চি (KCC) ঋণৰ সুবিধা গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় কি কি নথি-পত্ৰৰ আৱশ্যক হ'ব কে চি চি আবেদনৰ বাবে জানি লওঁক-NORTHEAST NEWS INDIA

আহ্বান অসম চৰকাৰৰ মীন বিভাগৰ। 
ৰাজ্যৰ মীন ক্ষেত্ৰত জড়িত লোক সকলক মীন খণ্ডত চলি থকা বিশেষ কে চি চি (KCC) ঋণৰ সুবিধা গ্ৰহণ কৰিবলৈ 

প্ৰয়োজনীয় কি কি নথি-পত্ৰৰ আৱশ্যক হ'ব কে চি চি আবেদনৰ বাবে  জানি লওঁক-

NORTHEAST NEWS INDIA

Sunday, 24 July 2022

কেশৱ বৰাৰ কোচ ৰজা নৰনাৰায়ণ বুৰঞ্জীমূলক গ্ৰন্থ খন উন্মোচন

24 July, 2022 : আজি  দিনৰ 2 বজাত  নগাঁও চহৰৰ কলঙপাৰ মহাবিদ্যালয়ৰ প্ৰাঙগনত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত ৰঙা জিঞাৰ সদৰ শাখাৰ সহযোগত লেখক কেশৱ বৰাৰ কোচ ৰজা নৰনাৰায়ণ বুৰঞ্জীমূলক গ্ৰন্থ খন উন্মোচন কৰা হয়। উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ ৰ সম্পাদক কৱি মদাৰজ্যোতি দেৱে। ইয়াৰ উপৰিও অশোক ৰাম ভট্টাচাৰ্যৰ কুঁৱলীৰ আৱৰন ঠেলি কবিতা পুথি খন উন্মোচন কৰে ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱা দেৱে ।সভাত চাৰিকুৰি অধিক কবি সাহিত্যিক সকলে কবিতা পাঠ কৰে।

NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 23/07/2022.

Assam COVID-19🦠😷 Details
 23/07/2022.

Welcome

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...