Friday, 22 April 2022

দেশ তথা ৰাজ্য চলাবলৈ দেশৰ তথা ৰাজ্যৰ জনসাধাৰণে নিবাচিত কৰি দিয়া সকলো জনপ্ৰতিনিধি সকললৈ বিশেষ আহ্বান।

দেশ তথা ৰাজ্য চলাবলৈ দেশৰ তথা ৰাজ্যৰ জনসাধাৰণে নিবাচিত কৰি দিয়া সকলো জনপ্ৰতিনিধি সকললৈ বিশেষ আহ্বান। আপোনালোকে যি দৰমহা টকা পায় সেই টকাৰে নিজৰ তথা পৰিয়ালৰ ভৰণ পোষনৰ ব্যবস্থা গ্রহণ কৰক। আৰু তাৰ বাহিৰে আৰু টকা খোৱাৰ লোভ সামৰক। দেশৰ তথা ৰাজ্যৰ সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হোৱাৰ বাবে চিন্তা কৰক, তেতিয়াহে দেশৰ তথা ৰাজ্যৰ মঙ্গল হব।  অবাবত ৰাজকোষৰ ধন অপব্যবহাৰ বন্ধ কৰক। কৰ্ম আচঁনি যোগোত কৰক। তেতিয়াহে সমগ্র মানৱ জাতিৰ কল্যাণ হব। 

সেৱাৰে

মা আৰু প্ৰকৃতি

Tuesday, 19 April 2022

NATIONAL MEANS CUM-MERIT SCHOLARSHIP (NMMS) ২০০৯-১০ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষৰ ভিতৰত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ জাননী-

NATIONAL MEANS CUM-MERIT SCHOLARSHIP (NMMS) ২০০৯-১০ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষৰ ভিতৰত  পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ জাননী-

Assam COVID-19🦠😷 Details 19/04/2022.

Assam COVID-19🦠😷 Details
 19/04/2022.

শনিবাৰৰ পৰা আৰম্ভ হোৱা গোলাঘাটৰ হনুমান জন্মোৎসৱ সোমবাৰে নিশা সামৰণি পৰে।

 গোলাঘাটত হনুমান জন্মোৎসৱ সমাপ্ত


শনিবাৰৰ পৰা আৰম্ভ হোৱা গোলাঘাটৰ হনুমান জন্মোৎসৱ সোমবাৰে নিশা সামৰণি পৰে। 


গোলাঘাটত শ্ৰী হনুমান জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত বাগিচা আলি অৱস্থিত শ্ৰী হনুমান মন্দিৰত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হনুমান জয়ন্তী উপলক্ষে প্ৰথম দিনা পুৱা নগৰৰ মাজমজিয়াত অৱস্থিত বজাৰ শিৱ মন্দিৰৰ প্ৰভাত ফেৰী কাৰ্যসূচীৰে আৰম্ভ কৰি বিধিবত পূজন আৰম্ভ কৰা হয় আৰু দুপৰীয়া নগৰত এখনি বৰনাট্য শোভাযাত্ৰা উলিওৱাৰ পিছত সোমবাবে নিশা ভাণ্ডাৰা কায্যসূচীৰে সামৰণি পৰে ৷ শেষৰদিনাৰ এই কায্যসূচীত ১০ হেজাৰ লোকক প্ৰসাদ হিচাপে খাদ্যৰে আপ্যায়ন কৰা হয় ৷


 ভিডিঅ জাৰ্নেলিষ্ট বিশ্বজিতৰ সহযোগত প্ৰকাশ শৰ্মা গোলাঘাট 

Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...