Tuesday, 19 April 2022
NATIONAL MEANS CUM-MERIT SCHOLARSHIP (NMMS) ২০০৯-১০ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষৰ ভিতৰত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ জাননী-
NATIONAL MEANS CUM-MERIT SCHOLARSHIP (NMMS) ২০০৯-১০ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষৰ ভিতৰত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ জাননী-
শনিবাৰৰ পৰা আৰম্ভ হোৱা গোলাঘাটৰ হনুমান জন্মোৎসৱ সোমবাৰে নিশা সামৰণি পৰে।
গোলাঘাটত হনুমান জন্মোৎসৱ সমাপ্ত
শনিবাৰৰ পৰা আৰম্ভ হোৱা গোলাঘাটৰ হনুমান জন্মোৎসৱ সোমবাৰে নিশা সামৰণি পৰে।
গোলাঘাটত শ্ৰী হনুমান জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত বাগিচা আলি অৱস্থিত শ্ৰী হনুমান মন্দিৰত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হনুমান জয়ন্তী উপলক্ষে প্ৰথম দিনা পুৱা নগৰৰ মাজমজিয়াত অৱস্থিত বজাৰ শিৱ মন্দিৰৰ প্ৰভাত ফেৰী কাৰ্যসূচীৰে আৰম্ভ কৰি বিধিবত পূজন আৰম্ভ কৰা হয় আৰু দুপৰীয়া নগৰত এখনি বৰনাট্য শোভাযাত্ৰা উলিওৱাৰ পিছত সোমবাবে নিশা ভাণ্ডাৰা কায্যসূচীৰে সামৰণি পৰে ৷ শেষৰদিনাৰ এই কায্যসূচীত ১০ হেজাৰ লোকক প্ৰসাদ হিচাপে খাদ্যৰে আপ্যায়ন কৰা হয় ৷
ভিডিঅ জাৰ্নেলিষ্ট বিশ্বজিতৰ সহযোগত প্ৰকাশ শৰ্মা গোলাঘাট
Northeast News India
Monday, 18 April 2022
Sunday, 17 April 2022
Saturday, 16 April 2022
Friday, 15 April 2022
সেই মানৱ জাতি আমি আহিছিলোহে এই পৃথিবীত, আকৌ চোন যাবৰ সময়ে হল।
সেই মানৱ জাতি আমি আহিছিলোহে এই পৃথিবীত, আকৌ চোন যাবৰ সময়ে হল।
কিন্তু আমি কৰিছো কি?
মিছাতে আমি এই পৃথিবীৰ, এই প্ৰকৃতিৰ সুন্দৰতা আমি ধংস কৰিছো। কাৰো কথা নাভাবি।
আমি মিছাতে ধৰ্মৰ নামত, টকাৰ নামত, জাতিৰ নামত, সম্পত্তিৰ নামত কাজিয়া অংহকাৰ কৰিছো।
সকলো জীৱৰ কথা নাভাবি, অকল নিজৰ পেটৰ কথা ভাবি।
আমি পাহৰি পেলাইছো আমাৰ মূল দায়িত্ব ও পালন কৰ্তব্য ।
আমাৰ এই পৃথিবীত যি মহান উদ্দেশ্যৰ কাৰণে জন্ম হৈছিল ।
আমি সকলো মানৱ জাতি সত্য কথা জানিওঁ যেন নজনাৰ অভিনয় কৰিছো।
সেই জীৱ চেষ্ট মানৱ জাতি, আহক সময় থাকোতেই আমাৰ ভূলবোৰ সংশোধন কৰো।
আমি সকলো এক মানৱ জাতি হিচাপে মা আৰু প্ৰকৃতিৰ বুকোত প্ৰতিষ্ঠা হওঁ। আমি সকলো মানৱ জাতি নিজকে ধন্য কৰো।।
আহক আমি সকলোৱে এই নতুন বছৰত প্ৰতিজ্ঞাবদ্ধ হওঁ। মা আৰু প্ৰকৃতিৰ আমি সকলো সন্তান হিচাপে চিনাকি দিওঁ।।
আহক আমি সকলো, সকলোকে লগত লৈ সকলো অঞ্চলতে আমাৰ মা আৰু প্ৰকৃতিৰ যি লক্ষ্য আৰু উদ্দেশ্য লগত লৈ এখন সুন্দৰ সব্বাঙ্গীন সমাজ গঠন কৰো।।
সেৱাৰে
*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*
*প্ৰতিষ্ঠাপক*
*অসম*
Email- mother.and.nature2021@gmail.com -
*WhatsApp - 9859593814*
Subscribe to:
Comments (Atom)
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...