Monday, 7 March 2022
০৭ মাৰ্চ ২০২২: অসম চৰকাৰৰ আজি অনুষ্ঠিত কেবিনেট বৈঠকত আইনী সংস্থাৰ সবলীকৰণ, ভূমি কিস্তিৰ হাৰ সংশোধন, সুচল ব্যৱসায় নীতি, শ্ৰমিকৰ সুৰক্ষা নিশ্চিতকৰণ, অপ্ৰচলিত আইন বাতিলকৰণ আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Sunday, 6 March 2022
বোকাখাত পৌৰসভা নিৰ্বাচন, ২০২২ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত
বোকাখাত পৌৰসভা নিৰ্বাচন, ২০২২ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত
বোকাখাত,৬ মাৰ্চ:আজি ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ বোকাখাত পৌৰসভাৰ অধীনস্থ ১০ টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। সম্পন্ন হোৱা ভোটগ্ৰহণৰ হাৰ হৈছে ৬৭.২৮% । ইয়াৰে ৬৭.১৯% পুৰুষ আৰু ৬৭.৩৭% মহিলা।
মুঠ ১০ টা ৱাৰ্ডত অনুষ্ঠিত হোৱা এই পৌৰসভা নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৫৩০০ জন। ইয়াৰে ৭৯১২ জন পুৰুষ ভোটাৰ আৰু ৭৩৮৮ জন মহিলা ভোটাৰ।আনহাতে, ভোটদান অনুষ্ঠিত কৰা হ’ল মুঠ ২১ টা ভোটগ্ৰহণ কেন্দ্ৰত। এইবাৰ বোকাখাত পৌৰসভা নিৰ্বাচনত মুঠ ৩০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়ায় ।
ভোটগণনাৰ দিন ৯ মাৰ্চ পুৱা ৮ বজাৰ পৰা ধাৰ্য্য কৰা হৈছে।
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...