Wednesday, 14 July 2021

মাজুলী জিলাৰ সকলো ব্যক্তিৰ সুবিধা হোৱাকৈ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে ৰাইজৰ সুবিধাৰ্থে নিম্নলিখিত ফাৰ্মাচী সমূহৰ জৰিয়তে মাজুলীত উপলব্ধ নোহোৱা ঔষধ সমূহ যোগান ধৰা হৈ আছে |

14 July, 2021

মাজুলী জিলাৰ সকলো ব্যক্তিৰ সুবিধা হোৱাকৈ জিলা উপায়ুক্তৰ  নিৰ্দেশমৰ্মে ৰাইজৰ সুবিধাৰ্থে নিম্নলিখিত ফাৰ্মাচী সমূহৰ জৰিয়তে মাজুলীত উপলব্ধ নোহোৱা ঔষধ সমূহ যোগান ধৰা হৈ আছে |
১) পৰী মেডিকেল,
গড়মূৰ, ৭০৮৬৯৩৭০৬০

২) অনুপমা মেডিকেল, 
গড়মূৰ, ৭০৮৬৪১২১৮৫, ৯১০১৭২১৯০২ 

৩) কটকী মেডিকেল হল, 
কমলাবাৰী, ৬০০২০২৯৯২৮ 

৪) আৰ্য মেডিকেল হল, 
কমলাবাৰী, ৯১০১০৯০৬৬৯  

৫) বৰা মেডিকেল ষ্টোৰ,
কমলাবাৰী, ৮৬৩৮৭৪০৩৭৮  

৬) মাজুলী মেডিকেল,
কমলাবাৰী, ৯১০১৩৪৩১০১, ৯১০১৩২৩৪১০ 

৭) ৰূপক মেডিকেল ষ্টোৰ,
ৰাৱনাপাৰা , ৮৭৬১০৭২১০৬

 ৮) অৰ্নৱ ফাৰ্মাচিউটিকেল, 
ফুলনি চাৰিআলি , ৬০০২৩৪৪৮৫৪

ইয়াৰ উপৰিও জিলা প্ৰশাসনে ব্যৱস্থা কৰা জিলা আপাতকালীন কেন্দ্ৰ নম্বৰ -১০৭৭ (টোল  ফ্ৰি) আৰু দূৰভাষ - ৭৬৩৫৯৬১৫২২ নম্বৰত যোগাযোগ কৰিব পাৰিব |

অহা ইংৰাজী ১৫/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে

14 July, 2021

অহা ইংৰাজী ১৫/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । ইয়াৰোপৰি সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহৰ ব্যক্তিসকলৰ বাবেও বিশেষ প্ৰতিষেধক শিবিৰৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

*গোলাঘাট জিলাত ১৫ জুলাইতো বন্ধ থাকিব গেলামালৰ দোকানকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান*

14 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১২২ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ১৫ জুলাইতো বন্ধ থাকিব গেলামালৰ দোকানকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান* 

গোলাঘাট, ১৪ জুলাই : গোলাঘাট জিলাত ক'ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে জাৰি কৰা দোকান-পোহাৰ বন্ধৰ নিৰ্দেশনা ১৫ জুলাই, বৃহস্পতিবাৰলৈ বৃদ্ধি কৰা হৈছে । ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সময়ছোৱাত গাখীৰ বিক্ৰী কেন্দ্ৰ আৰু ফাৰ্মাচীসমূহৰ বাহিৰে গেলামাল, শাক-পাচলি আৰু ফল-মূলৰ দোকানসমূহকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব । জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে । অৱশ্যে *এই সময়ছোৱাত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব ।* এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে অসম ক'ভিড19 নিয়ন্ত্ৰণ অধিনিয়ম, দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৩ জুলাই মঙলবাৰ আৰু ১৪ জুলাই বুধবাৰে জিলাখনৰ সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ বাবে প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছিল । ৰাজ্য চৰকাৰৰ নিৰ্দেশক্ৰমে সমগ্ৰ জিলাখনতে সম্প্ৰতি সান্ধ্য আইন অব্যাহত আছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

14 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 13/07/2021.

14 July, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 13/07/2021.

Tuesday, 13 July 2021

Tomorrow's as on 14/7/2021 vaccination session plan Jurhat DistrictOnly for Covishield 2nd dose

13 July, 2021

Tomorrow's as on 14/7/2021 vaccination session plan Jurhat District
Only for Covishield 2nd dose

1) B Ed College
2) Jorhat Medical College
3)  Jorhat Govt Boys 
4) Donbosco Baghchung
5) Sankardev Bidyapith Titabor

Covishield 1st dose
1) B Ed College

13 July, 2021যোৰহাটত পুনৰ দুদিনৰ বাবে সকলো বন্ধ৷

13 July, 2021

যোৰহাটত পুনৰ দুদিনৰ বাবে সকলো বন্ধ৷

13 July, 2021Daily COVID-19🦠😷 bulletin Majuli

13 July, 2021

Daily COVID-19🦠😷 bulletin Majuli

সমাজৰ যুৱক, যুৱতী লৈ আহ্বান

যুৱক আৰু যুৱতী সকললৈ সমাজৰ প্ৰতি আন্তৰিক আহ্বান সমাজৰ যুৱক-যুৱতী সকললৈ আন্তৰিক আহ্বান জনাইছোঁ—আপোনালোকেই হৈছে বৰ্তমানৰ শক্তি আৰু ভৱিষ্যতৰ আ...