Tuesday, 13 July 2021

Session schedule of Covid Vaccination Centres for Mega Campaign under Majuli district.

13 July, 2021

Session schedule of Covid Vaccination Centres for Mega Campaign under Majuli district.
  
Date   - 14/7/2021 
Time -  9am- 5pm

Age Group- 18 and above
1st Dose & 2nd Dose

1) Phuloni high School ,Phuloni- Covishield

2) Luitporia Junior college , Balichapari- Covishield

3) Kamala Miri Janajati ME School, Kamalabari- Covishield

4) Upper Sonowal Gaon LP School, Uriumpara- Covishield

5) 121 No Bhuramora LP School, Laimonika- Covishield

6) Bhugpur Pomua Mising LP School, Laimonika- Covishield

7)  Borduwar Janajati LP School , Karatipar- Covishield

8) Swarnashree High School, Jengraimukh- Covishield

9) Sriram Deuri LP School, Jengraimukh- Covishield

10)Ujani Cherepai LP School , Jengraimukh- Covishield

11)Sukansuti LP School , Ratanpur lahon- Covishield

12) Borbil High School , Ratanpur Miri- Covishield

দেশৰ তথা ৰাজ্য বাসিলৈ আহ্বান মানব সম্পদ গঢ়াৰ।

১৩ জুলাই, ২০২১

দেশৰ তথা ৰাজ্য বাসিলৈ আহ্বান মানব সম্পদ গঢ়াৰ। 

শ্ৰদ্ধাৰ সে মানৱ সমাজ, আমাৰ দেশ তথা ৰাজ্য খন বহোত পিছলৈ গতি কৰিছে। এই ক্ষেত্ৰত মানৱ সমাজৰ বহোত গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ বাবে পিতৃ আৰু মাতৃৰ গধোৰ দায়িত্ব পালন কৰিব লাগিব, তেতিয়াহে সমাজ খনত সু মানৱ গঢ় লৈ উঠিব। তেতিয়াহে সমাজ খন, দেশখন তথা ৰাজ্য খনত সুন্দৰ সব্বাঙ্গীন হব সকলো ক্ষেত্রেত। তেতিয়াহে দেশ খনৰ, ৰাজ্য খনৰ পৰা ভাল প্ৰতিনিধি আমি পঠাব পাৰিম , দেশখনৰ ৰাজ্য খনৰ প্ৰতিনিধিত্ব কৰিবলৈ। তাৰ বাবে সকলো দিশত শিক্ষা প্ৰদান কৰিব লাগিব। আমি কিছু সময়ৰ বাবে এই পৃথিবীলৈ আহিছো। আমাক প্ৰকৃতিৰ ৰক্ষা কৰিব পঠাইছে, ধংস কাৰণে নহয়।  আমাক লোভ, মোহ কৰিব কাৰণে পঠোৱা নাই। এই পৃথিবীত সকলোৰে সম অধিকাৰ আছে। আমি সকলো জীৱ। আমি একে শৰীৰেৰে গঢ়া সকলো । আমি সকলোৱে একে জলবায়ুত ডাঙৰ দীঘল হৈছো কিন্তু আমাৰ আজি ধৰ্ম ভগৱান বেলেগ বেলেগ। কিয় আমি সকলো একে ভগবানে গঢ়া নহয় নেকি। সকলো জীৱ জন্তুুৰ ভোগ পিয়াঁহ একে অনুভৱ হয়। 

 আহঁক আমি সকলোৱে ইজনে আনজনৰ সহায়ক হওঁ। দেশখন ৰাজ্যখন সুস্থিৰ দিশে আগবঢ়াওঁ।।

ধন্যবাদ।। 

মাধৱ গগৈ।।

13 July, 2021COVID-19🦠😷 Vaccination Session site list Sonitpur District. On 14/07/2021

13 July, 2021

COVID-19🦠😷 Vaccination Session site list Sonitpur District. On 14/07/2021

13 July, 2021Daily COVID-19🦠😷 bulletin Golaghat

13 July, 2021

Daily COVID-19🦠😷 bulletin Golaghat

13 July, 2021ORDER NOTIFICATIONS

13 July, 2021

ORDER NOTIFICATIONS

13 July, 2021Daily COVID-19🦠😷 bulletin Dibrugarh

13 July, 2021

Daily COVID-19🦠😷 bulletin Dibrugarh

অহা কালিলৈ ইংৰাজী ১৪/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

13 July, 2021

অহা কালিলৈ ইংৰাজী ১৪/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

সমাজৰ যুৱক, যুৱতী লৈ আহ্বান

যুৱক আৰু যুৱতী সকললৈ সমাজৰ প্ৰতি আন্তৰিক আহ্বান সমাজৰ যুৱক-যুৱতী সকললৈ আন্তৰিক আহ্বান জনাইছোঁ—আপোনালোকেই হৈছে বৰ্তমানৰ শক্তি আৰু ভৱিষ্যতৰ আ...