Saturday, 10 July 2021

যোৰহাট জিলা প্ৰশাসনে গেলামালৰ পাইকাৰী দোকান সমূহ খোলা ৰখাৰ খেত্ৰত কিছু সাল সলনি কৰিছে৷

10 July, 2021

  যোৰহাট জিলা প্ৰশাসনে  গেলামালৰ পাইকাৰী দোকান সমূহ খোলা ৰখাৰ খেত্ৰত কিছু সাল সলনি কৰিছে৷ সেই অনুসৰি পূৰ্বৰ নিৰ্দেশনাত উল্লেখিত সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰৰ সলনি অহা কাইলৈ তথা ১১ জুলাইৰ পৰা কেৱল বুধবাৰ আৰু শুক্ৰবাৰেহে গেলামালৰ পাইকাৰী দোনানসমূহ খোলা ৰাখিব পাৰিব৷ যোৰহাট  আৰু টীয়কত এই দোকানসমূহ পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈকে খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷

Directorate of Information and Public Relations, Assam

10 July, 2021Daily COVID-19🦠😷 bulletin Dibrugarh

10 July, 2021

Daily COVID-19🦠😷 bulletin Dibrugarh

অহা ইংৰাজী ১১/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

10 July, 2021

অহা ইংৰাজী ১১/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । লগতে, উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । ইয়াৰোপৰি উক্ত বয়সৰ ক'মৰ্বিদিতি (Co-morbidity) ৰোগীসকল আৰু সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহৰ বাবেও বিশেষ প্ৰতিষেধক শিবিৰৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

Session schedule of Covid Vaccination Centres for mega campaign under Majuli district.

10 July, 2021

Session schedule of Covid Vaccination Centres for mega campaign under Majuli district.

Date   - 11/07/2021 
Time -  9AM - 5PM

Target - 120
(Age Group 18+)

1) Lakheraj MV School, Upper batiamari - Covishield

10 July, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 11/07/2021

10 July, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 11/07/2021

10 July, 2021Daily COVID-19🦠😷 bulletin Majuli

10 July, 2021

Daily COVID-19🦠😷 bulletin Majuli

10 July, 2021Tomorrow's (11/07/2021) Covid Vaccination Centres (CVCs) in Biswanath district. All are humbly requested to chose the nearest one and go and get vaccinated by following all Covid protocols.Directorate of Information and Public Relations, Assam

10 July, 2021

Tomorrow's (11/07/2021) Covid Vaccination Centres (CVCs) in Biswanath district. All are humbly requested to chose the nearest one and go and get vaccinated by following all Covid protocols.

Directorate of Information and Public Relations, Assam

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।