Tuesday, 6 July 2021

06 July, 2021

আজি সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী ছাত্র সন্থাৰ সভাপতি অজিত বৰা আৰু সাধাৰণ সম্পাদক দীপাংকৰ হেমৰম সন্থাৰ তৰফৰ পৰা অসম চৰকাৰলৈ স্মাৰক পএ গোলাঘাট জিলা উপায়ুক্ত ৰ জৰিয়তে প্ৰেৰণ কৰে।

06 July, 2021

আজি সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী ছাত্র সন্থাৰ সভাপতি অজিত বৰা আৰু সাধাৰণ সম্পাদক দীপাংকৰ হেমৰম সন্থাৰ তৰফৰ পৰা অসম চৰকাৰলৈ স্মাৰক পএ   গোলাঘাট জিলা উপায়ুক্ত ৰ জৰিয়তে প্ৰেৰণ কৰে। 
অসম চৰকাৰৰ শিক্ষা বিভাগে যি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ সৰ্ন্দভত শেহতীয়া স্থিতিত, সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী ছাত্র সন্থাই অসন্তুষ্ট প্ৰকাশ কৰিছে। অসম চৰকাৰৰ এই শিক্ষা বিভাগৰ নীতিক সংশোধন কৰি  আশোৱাহ সমূহ আতৰাই ছাত্র ছাএীসকলক ন্যায় প্ৰদান কৰাৰ দাবী জনাইছে।

06 July, 2021Daily COVID-19🦠😷 bulletin Dibrugarh

06 July, 2021

Daily COVID-19🦠😷 bulletin Dibrugarh

06 July, 2021Daily COVID-19🦠😷 bulletin Golaghat

06 July, 2021

Daily COVID-19🦠😷 bulletin Golaghat

06 July, 2021অহা কালিলৈ ইংৰাজী ০৭/০৭/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

06 July, 2021

অহা কালিলৈ ইংৰাজী ০৭/০৭/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

06 July, 2021Golaghat Covid🦠 Details

06 July, 2021

Golaghat Covid🦠 Details

06 July, 2021অহা কালিলৈ ইংৰাজী ০৭/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

06 July, 2021

অহা কালিলৈ  ইংৰাজী ০৭/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।