Monday, 5 July 2021

ক'ভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰৰ অধীনৰ ৪টা এলেকাক আজি মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

05 July, 2021

ক'ভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰৰ অধীনৰ ৪টা এলেকাক আজি মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । গোলাঘাট ৰাজহ চক্ৰৰ অধীনৰ অঞ্চলকেইটা হৈছে ৪নং গমাৰী (দৈয়াং বনাঞ্চল) আৰু ১নং গমাৰী (দৈয়াং বনাঞ্চল)। আনহাতে প্ৰশাসনে মৰঙি ৰাজহ চক্ৰৰ অধীনৰ ৩নং ফলঙনি গাঁৱক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । একেদৰে বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ ছাগুৰি চাপৰি (চহলা) এলেকাক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

05 July, 2021বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ ৫ নং দগাঁও এলেকাত থকা মাইক্ৰ' কণ্টেইনমেণ্ট জ'নৰ নিষেধাজ্ঞা আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰা হৈছে ।

05 July, 2021

বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ ৫ নং দগাঁও এলেকাত থকা মাইক্ৰ' কণ্টেইনমেণ্ট জ'নৰ নিষেধাজ্ঞা আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰা হৈছে ।

05 July, 2021COVID-19🦠 update in Dima Hasao District date 5th July, 2021

05 July, 2021

COVID-19🦠  update in 
Dima Hasao District date 5th July, 2021

05 July, 2021Golaghat Covid🦠 Details

05 July, 2021

Golaghat Covid🦠 Details

05 July, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 06/07/2021

05 July, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 06/07/2021

05 July, 2021অহা কালিলৈ ইংৰাজী ০৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

05 July, 2021

অহা কালিলৈ ইংৰাজী ০৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা কালিলৈ ইংৰাজী ০৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'মৰ্বিদিতি (Co-morbidity) ৰোগীসকল আৰু সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

05 July, 2021

 অহা কালিলৈ ইংৰাজী ০৬/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'মৰ্বিদিতি (Co-morbidity) ৰোগীসকল আৰু সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । ইচ্ছুকজনে থলীতে পঞ্জীয়ন কৰি এই টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।