Monday, 28 June 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত চাহবাগিছাসমূহত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

28 Jun, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত চাহবাগিছাসমূহত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে ক'ভিড ১৯ ৰ  প্ৰথম পালি  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে এই কেন্দ্ৰসমূহতে দ্বিতীয় পালি কভিশ্বীল্ড  টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব ।  ইচ্ছুক ব্যক্তিয়ে থলীতে কৰা পঞ্জীয়নৰ যোগেদি এই টীকাকৰণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

28 Jun, 2021অহা ইংৰাজী ২৯/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্থান/কেন্দ্ৰত ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ আৰু Front Line Workers (FLW) ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৪২ দিন অতিক্ৰম কৰা (৪৫ বছৰৰ উৰ্দ্ধৰ) ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

28 Jun, 2021

অহা ইংৰাজী ২৯/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্থান/কেন্দ্ৰত ৪৫ বছৰ বয়সৰ  উৰ্দ্ধৰ আৰু Front Line Workers (FLW) ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৪২ দিন অতিক্ৰম কৰা (৪৫ বছৰৰ উৰ্দ্ধৰ) ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ২৯ জুন ২০২১ তাৰিখে কাকজান কলেজ আৰু টীয়ক CKB কলেজত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰৰ ভিতৰৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷

28 Jun, 2021

অহা ২৯ জুন ২০২১ তাৰিখে কাকজান কলেজ আৰু  টীয়ক CKB  কলেজত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰৰ ভিতৰৰ  ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷

 যোৱা ১৬ মে' ২০২১ তাৰিখে যি  সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি  প্ৰতিষেধক গ্ৰহণ কৰিছিল  সেইসকলে  কাইলৈ দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব।

একেটা কেন্দ্ৰতে  গৈ  নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।

সময়: ৰাতিপুৱা ৯:৩০ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত। 

নিজৰ পৰিচয় পত্ৰৰ লগতে  ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷

Directorate of Information and Public Relations, Assam

28 Jun, 2021Daily COVID-19🦠😷 bulletin Golaghat

28 Jun, 2021

Daily COVID-19🦠😷 bulletin Golaghat

28 Jun, 2021Golaghat Covid🦠 Details

28 Jun, 2021

Golaghat Covid🦠 Details

28 Jun, 2021Dima Hasao Covid Vaccination session plan on 29/06/2021 , Assam.

28 Jun, 2021

Dima Hasao Covid Vaccination session plan on 29/06/2021 , Assam.

28 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 27/06/2021.

28 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 27/06/2021.

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।