Friday, 25 June 2021

যোৰহাটৰ বিভিন্ন স্থানত ২৬ জুনত ১৮ বছৰ উৰ্দ্ধৰ ব্যক্তিক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান

25 Jun, 2021

জনসংযোগ, যোৰহাট
প্ৰেছ বাৰ্তা নং: ৮৪/ ২০২১

যোৰহাটৰ বিভিন্ন স্থানত ২৬ জুনত ১৮ বছৰ উৰ্দ্ধৰ ব্যক্তিক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান

যোৰহাট,জুন ২৫:  অহা ২৬ জুন ,২০২১ তাৰিখে, কাকজান কলেজ, টীয়ক CKB কলেজ,  নকছাৰী উচ্চ মাধ্যমিক বিদ্যালয় , তিতাবৰৰ নন্দনাথ শইকীয়া কলেজ, যোৰহাটৰ  CKB কলেজ,JB কলেজ ,DCB কলেজ, যোৰহাট কলেজ আৰু বাহনা কলেজত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰৰ বয়সৰ ভিতৰৰ  ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷ যোৱা ১৩ মে' ২০২১ তাৰিখে যিসকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি  প্ৰতিষেধক গ্ৰহণ কৰিছিল  সেইসকলে  কাইলৈ দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব। 

এইক্ষেত্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিসকলক একেটা কেন্দ্ৰতে  গৈ  নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।

পুৱা ৯:৩০ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত প্ৰতিষেধক লাভ কৰিব পাৰিব৷নিজৰ পৰিচয় পত্ৰৰ লগতে  ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷

Directorate of Information and Public Relations, Assam

25 Jun, 2021যোৱা কালি ২৪/০৬/২০২১,যান বাহন আইন ভংগকাৰী তথা ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা সকলৰ পৰা লখিমপুৰ জিলাৰ আৰক্ষীয়ে ৫৬৫০০ টকা জৰিমনা বিহে।

25 Jun, 2021

যোৱা কালি  ২৪/০৬/২০২১,
যান বাহন আইন ভংগকাৰী তথা  ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা  সকলৰ পৰা
 লখিমপুৰ  জিলাৰ আৰক্ষীয়ে  ৫৬৫০০ টকা জৰিমনা বিহে।

25 Jun, 2021Job Advertisement

25 Jun, 2021
Job Advertisement

25 Jun, 2021Job Advertisement

25 Jun, 2021
Job Advertisement

25 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 24/06/2021.

25 Jun, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 24/06/2021.

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।